প্ৰেমৰ অভিনয়
প্ৰেমৰ অভিনয়
---------------------- ছাইফুদ্দিন আহমেদ
নিৰিবিলি জোনাকৰ চহৰত
হৃদয়ভঙা প্ৰেমিকে
প্ৰথমে টকাৰ জোখাৰে
প্ৰেমৰ অভিনয়
আৰু আৱেগে ওপচাই
ওঠ দুটি অবাধ্য
তন্ময় ভাৱনাত
অমাৱস্যাৰ নিঃশব্দ নিশা
শান্তিৰ ধ্বনি বুকুত
দুবাহুত সুখৰ ঘাম ৷
কাইলৈ পোৱা সকলো চিন্তা!
এতিয়া মাথোঁ
ৰাতিটো উপভোগ কৰা৷
তাং- ১৪/০৫/২০২৫
Comments
Post a Comment