বৰষুণ ✍️ৰাহুল খান ছিপাঝাৰ, দৰং (অসম)



বৰ এন্ধাৰ হৈছে বতৰটো
চাগৈ এজাক বৰষুণ আহিব ।
বৰষুণ মানে এজাক ধুমুহা বৰষুণ
ধূলি মাকতি বোৰ নিকা হব ।
বৰষুণ জাক ক্ৰমাত পাতল হব ,
চেঁচা বাতহজাকে
গা মুৰ জুৰ পেলাব
আজি এজাক বৰষুণ আহিব
এন্ধাৰ বতৰটোই গুজৰি থকা
এজাক ধুমুহা বৰষুণ ।।


Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়