বিদ্ৰোহী

বিপ্লৱী বিদ্ৰোহী

হেৰ' বিপ্লৱী বিদ্ৰোহী বীৰ

তোৰ দূৰ অৱন্ত শীৰ;

স্বদেশৰ বীৰ বিদেশক নকৰিবি স্থিৰ

মহানুভৱতাৰে মুখৰিত কৰিবি

দেশৰ লগতে মানৱৰ জয়গান গাবি

স্বদেশৰ হকে নিজৰ জীৱনকো তুচ্ছ কৰি

উচৰ্গিত কৰিবি নিজৰ জীৱন...

আলোক বিজয়ী শব্দ শব্দ ধ্বনি শুনাৰ বাবে

আগবাঢ়িবি নি:স্বাৰ্থে...

স্বদেশৰ ভূমিক ৰক্ষাৰ্থে...

তেহে থাকিব স্বদেশৰ প্ৰাণ

সময়ৰ প্ৰতিটো ক্ষণে-ক্ষণে ।।



  মধুস্মিতা মালী, বাইহাটা

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়