__তুমি, মই আৰু জোনাক নিশা__

__তুমি, মই আৰু জোনাক নিশা__


           মনত আছে নে তোমাৰ,
       তুমি, মই আৰু জোনাক নিশা
            সেই ‌মৃদু কম্পন হৃদয়,
খোকোজা লাগি থাকা মনৰ কথা বোৰ...
       অজানিতে ‌মোৰ সাহিত্যৰ 
         ভাষা হৈ‌ পৰিছিলা তুমি,,
            মোৰ সপোনৰ এক
   অবুজ‌ পৰিধি হৈ পৰিছিলা তুমি
        সেই জোনাক নিশাত
          যেন সাৰে আছিলো
          কেৱল তুমি আৰু মই
       মনত আছে নে তোমাৰ?
তুমি আৰু মই সেই জোনাক নিশা!!!



                    অক্ষয় জ্যোতি বৰা
                   একাদশ শ্ৰেণী

Comments

  1. সুন্দৰ কাব্যিকতা আপোনাক অসমীয়া সাহিত্যৰ চৌহদৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💐💐 💐 এয়া আপোনাৰ প্ৰথম লিখনি আমাৰ আলোচনীত প্ৰকাশ পাইছে ৷ আগন্তুক দিনবোৰতো আপোনাৰ লিখনি আশা ৰাখিলোঁ ৷

    ধন্যবাদ 🙏

    ReplyDelete

Post a Comment

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়