হৃদয়

হৃদয়




















হৃদয়ৰ সাগৰখন
 এতিয়া মৰুভূমি হ'ল
তাত বাঢ়ি আহিব ধৰিছে 
ক্ষোভিত সাগৰফণা
 হৃদয়খন
থকা- সৰকা কৰিবলৈ 
ঠেও ধৰি বাঢ়ি  আহিছে
কেকটাছৰ শাৰী, 
আৰু 
একোৱেই নাই 
হৃদয় নামৰ সাগৰখনিত  ...



           ✍️পপী চহৰীয়া
           মঙলদৈ, দৰং

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়