কিবা কৰিব
কিবা কৰিব তাং- ১০/১২/২০২১
------------------------- ছাইফুদ্দিন আহমেদ
বহু নিজান ৰাতি
মোৰ দুচকুৰ
অশ্ৰুৱে
মোক
ধুই যায় ৷
কিয় আজিলৈ
মোৰ দেশৰ
কাৰণে
মই একোৱেই
কৰিব পৰা নাই !
কি কৰিলে মই
গোটেই বিশ্বৰ
মানুহে মোক
চিনি পাব,
বিচাৰোঁ মই
তাকেই কৰিব !!
কালৰ বুকুত
জয়গাথাঁ মই
লিখিব লাগিব;
মোৰ দেশৰ নামত
মই কিবা কৰিব লাগিব !!
ফোন নং- ৬০০১৩৯৪১৫৪
Comments
Post a Comment