বিশ্বাস

 বিশ্বাস                 



বিশ্বাস কৰিছিলো মই তোমাক 
তুমি হয়তো নহবা আনৰ দৰে|

কথা দিছিলা তুমি মোক
কথা ৰাখিবা বুলি৷

এজন মানুহক কিমান বেছি 
বিশ্বাস কৰিব পাৰি!
সকলো কৰিছিলো তুমাক ৷

আজি তুমি মোৰ বিশ্বাস নাৰাখিলা
কৰিলা বিশ্বাস ঘাতকতা তুমি মোক ৷

এতিয়া মই কাক বিশ্বাস কৰিম
তুমি মোৰ বিশ্বাস কিয় যে ভাঙি দিলা৷

তুমি মোৰ বিশ্বাস নাভাঙি
মোৰ জীবনটো কিয় ওলাই নি-ল'লা ৷

মিঠা মিঠা কথা কৈ,
ধুনীয়া চেহেৰা দেখুৱাই
তুমি মোৰ বিশ্বাস কাঢ়িছিলা ৷

ভাবিব নোৱাৰো মই এতিয়া 
কাক বিশ্বাস কৰিম ৷
কাৰ বা কি মহিমা কেনেকৈ বুজিম ?

আজি মই কৰা এটি ভুলৰ বাবে
মোৰ অন্তৰৰ জি ফাট মেলিছে
পাৰিম নে মই কোনো দিনে 
মোৰ এই ফাট জোৰা লগাবলে ৷


✍️ তাৰিফ উদ্দিন (Oriantoli)                                           

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়