সৰগৰ বেলকনি (৩)

হোমেন বৰগোহাঞিয়ে


হোমেন বৰগোহাঞিয়ে ছাৰ
আপুনি মে বিশাল
ব্যক্তিত্বৰ অধিকাৰী
আপোনাৰ এই ব্যক্তিত্ব চিৰনমস্য।
ছাৰ আপোনাৰ অবিহনে যে
আধৰুৱা সাহিত্য জগত।
পাৰিব জানো?
আপোনাৰ ব্যক্তিত্বৰ নিচিনা
হব কোনোবা
পাৰিব জানো?
আপোনাৰ স্থান ল'ব কোনোবাই।
হয়তো কোনো দিনে নোৱাৰিব।
মৃত্যু যে প্ৰকৃতিৰ
কি আচৰিত নিয়ম।
এই নিয়মত চিৰদিনৰ বাবে
বিলীন হয় এই ব্যক্তিত্ব ওপৰত
আমি মে সচাকৈ চিৰঝ্ণী।
আপোনাৰ মৃত্যু যে অসহনীয়।
পঞ্চভূতত বিলীন হ'ল আপুনি চিৰদিনৰ বাবে । অৱসান ঘটিল এক মুখ্য
ধন্য বৰগোহাঞিয় ছাৰ।

শ্ৰী দেৱশ্ৰী বৰা

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়