সৰগৰ বেলকনি (৩) Get link Facebook X Pinterest Email Other Apps February 16, 2022 ফুল ফুলএতিয়াও খামুচি ধৰা নাইচোকা তৰোঁৱালখনপাতৰ সূত্ৰত।কঁলহ এটাত হাঁহি ভৰাইআনিছিলো হে মাত্ৰগুচি গ'ল সাৱটি ধৰাৰ আগেয়ে।নীলা ফুলবোৰৰ এটা চকু কণা আছিলযিয়ে পোহৰাব নোৱাৰিলে ৰাজকুমাৰীৰ ৰিহাখন ! বিকাশ শৰ্মা Get link Facebook X Pinterest Email Other Apps Comments
সৰগৰ বেলকনি (২) January 30, 2022 মই মই নিজকে প্ৰতিপন্ন কৰিবলৈ, কাৰো Attention বিচৰা নাই ৷ মই ধুনীয়া সাজপাৰ পিন্ধিও নিজকে প্ৰতিপন্ন কৰিব বিচৰা নাই ৷ মই মোৰ দৰে হৈ থাকিব বিচাৰো, কাৰোবাৰ মতে মই মোক সলনিও কৰিব নোৱাৰোঁ যে ৷ মই মোৰ সাম্ৰাজ্যৰ অঘোষিত ৰজা ৷ কোনোবাই চিনি নাপালেও মোক মোৰ কোনো আপত্তি নাই ৷ মই ময়েই থাকিম ! কোনোৱা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীও হ’ব পাৰে ৷ তথাপিও মোৰ একোৱেই লাভ -লোকচানৰ কথাই নাহে ৷ কাৰণ মোৰ ৰাজ্যৰ সৰ্বসেৰ্বা ময়েই ! মই কাকো ৰাজত্ব কৰিব বিচৰা নাই ৷ কিন্তু মোৰ ৰাজ্যৰ ৰাজত্বও মই আন কাকো কৰিব দিব বিচৰা নাই ৷৷৷ ছাইফুদ্দিন আহমেদ Read more
Baby Doll July 04, 2025 Baby Doll ছাইফুদ্দিন আহমেদ সুগন্ধি পখিলা তুমি৷ আজি এবাৰ মাথোঁ তোমাক কাষৰ পৰা চাব পৰা হ’লে কিমান যে মৰমৰ সুগন্ধিত কলিজাত ভৰাই ল’লো হয়৷ তুমি চাগে অনুভৱ কৰিব পাৰিছা প্ৰকৃতিয়েও আজি নিশ্চয় তোমাৰ প্ৰেমত পৰিছে৷ ভালপাওঁ বুলি কলেই ভালপোৱা নহয় বন্ধু তুমি মোৰ ভালপোৱাতকৈ আৰু বহু৷ তুমি হে দিব নিবিচৰা মইতো ল’বলৈ সদা প্ৰস্তুত সকলো পৰিস্থিতিত তোমাৰ পৰিপক্বতাৰ দায়িত্ব৷ তাং- ০৪/০৭/২০২৫ Read more
প্ৰেমৰ অভিনয় May 14, 2025 প্ৰেমৰ অভিনয় ---------------------- ছাইফুদ্দিন আহমেদ নিৰিবিলি জোনাকৰ চহৰত হৃদয়ভঙা প্ৰেমিকে প্ৰথমে টকাৰ জোখাৰে প্ৰেমৰ অভিনয় আৰু আৱেগে ওপচাই ওঠ দুটি অবাধ্য তন্ময় ভাৱনাত অমাৱস্যাৰ নিঃশব্দ নিশা শান্তিৰ ধ্বনি বুকুত দুবাহুত সুখৰ ঘাম ৷ কাইলৈ পোৱা সকলো চিন্তা! এতিয়া মাথোঁ ৰাতিটো উপভোগ কৰা৷ তাং- ১৪/০৫/২০২৫ Read more
Comments
Post a Comment