সৰগৰ বেলকনি (৩)
ৰেঙনী
মনৰ মাজৰ এমুঠি জোনাক"
তাৰ সুবাসে আনে,
নিঃস্তব্দ ভৰা আশা
নতুন নতুন সপোনৰ কাৰেং;
জেউতি জোনালীৰ নতুন পৰশ'
কোনে জানে মিলৰৰ সেতু
চৰ্ত ভিন্নতা,নীতি হীনতাৰ প্ৰকাশ
এক ভেৰুত্বৰ চিনাকী;
সপোন ফুলে আশা হৈ
মনত মাজত নিজান ঠাইত'
ৰামধেনুৰ ৰঙৰ মাজত
মনৰ মিলনৰ মিশ্ৰণ;
আশাৰ নিতৌ নতুনত্বৰ উদ্বিগ্ন,
ভৰসা ব্যৰ্থ হীন চিনাকি
জীৱনৰ সপোন বাস্তৱ হ’ব
কষ্টৰ মূল্যৰ স্বাৰ্থৰ বলত ;
দীক্ষা ৰাণী দেৱী
ছিপাঝাৰ/দৰং
Comments
Post a Comment