সৰগৰ বেলকনি (৩)

জীয়াই থাকিবলৈ


           

জীয়াই থকাৰ সংগ্ৰাম 
মুত্যুৰ আগলৈ,
জীয়াই থাকিবলৈ ৷
মুত্যুৰ ভাবুকিত 
নহয়তো 
কোনো কাৰো 
জয় পৰাজয় !
পিছে এইখন
পৃথিৱীত
কোনে কাৰ 
খবৰ লয় ?
নিজৰ সংগ্ৰাম 
সকলোৱে নিজেই 
চলাই যাব লগা হয় !!

ছাইফুদ্দিন আহমেদ

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়