সৰগৰ বেলকনি (৩)

বিয়লিবেলা

বহু বছৰৰ পাছত 
মই গৈছিলোঁ
তোমাৰ চহৰলৈ 
সাৰথি কৰি থোৱা 
স্মৃতিবোৰক 
জীপাল কৰিবলৈ 
কিন্তু ভবাতো নাছিলোঁ !
তোমাৰ চহৰত ভীষণ ব্যস্ততা
আনক আদৰিবলৈ,
সেয়ে দেখিও অন্ধ হৈ
আতঁৰি আহিলো চিৰদিনলৈ..।।
              
পংকিতা গোহাঁই

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়