সৰগৰ বেলকনি (৪)
বৰ্তমান শিক্ষাৰ অভাৱ হত্যা হিংসাৰ জগত মনুষ্যৰ সাম্প্ৰতিক সময়ৰ এটি বিষয় গুৰুত্ব সহকাৰে লোৱা দৰকাৰ।
শিক্ষা হৈছে জীৱনৰ অপৰিহাৰ্য অংগ। শিক্ষাই গঢ় দিয়ে সফল হোৱাৰ এজন ব্যক্তিৰ ব্যক্তিত্ব গুণোআৰু দক্ষতাৰ পৰিসৰ বৃদ্ধি কৰে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয় । যোগ্য প্রতিষ্ঠিত নাগৰিক হোৱাৰ সাধনা জ্ঞানৰ অতিকৈ প্ৰয়োজন।
শিক্ষিত মানৱৰ অভ্যদামি অপকর্ম অপকার্য ব্যৱহাৰ বৰ্তমান সমাজ জাতীয়তা প্ৰেম সংস্কৃতি স্বাভিমান কোন দিশত।যুৱ প্রজন্ম একাংশ অন্য জগতত বিচৰন, বুজি নাপায় নে বুজিবলৈ চেষ্টা অকনো নকৰে। জাতীয় চেতনা আৰু অতি আধুনিকতাৰ প্ৰভাৱে সংস্কাৰ সভ্যতা খলনি কৰি পেলাবলৈ চেষ্টা কৰিছে।কলাকৃষ্টি ভাষা ৰীতি নীতিৰ মাজত ভয়াৱহ সন্ত্রাস যিটোহে পর্যায়লৈ পাইছেগৈ মানুহে মানুহৰ সম্পৰ্ক মানৱতা হেৰুৱাই পেলাই দানৱ ৰূপী মানৱ হত্যা হিংসা নিৰ্যাতন লোমহৰ্ষক কাণ্ড বোৰ সঘনাই শুনিবলৈ দেখিবলৈ পোৱা যায়। মনুষ্য জাতি প্রেম ম্লান হৈ গ'ল। শিক্ষা অকল নম্বৰ কেন্দ্রিক হোৱাতকৈ জীৱন সংগী হোৱাতো দৰকাৰ ভাবিবলৈ সময় হ'ল। নহ'লে জ্ঞান মূল্যহীন হ'ব অন্ধকাৰে চাঙি ধৰি ডাৱৰে আৱৰি এক অন্য দিশৰ গৰাহত। যুৱ সমাজ আজি ভাৰাসাম্যত ভূগিছে, আৰু জ্ঞানৰ অৱনতি ঘটি শিক্ষাৰ দিশতো নিম্নগামী হৈ পৰিছে। সহানুভুতি ঠাইত বিভেদকামীৰে ভৰি শিক্ষিতৰ নামত কলংক এচাম।
প্ৰসংশা দিবলৈ এটা এটা সময় আহি পৰিব যে নিজকে দোষী দোষী অনুভৱ পৰিগনিত হ'ব।যিতো হোৱাতো কোনেও নিবিচাৰে কল্পনাও নকৰে। কৰে মাথোঁ কেনেকৈ উন্নতি কেনেকৈ প্রগতি পোখা মেলে সেইটোহে বিচাৰে সেইতোহে বিচাৰে। আমাৰ মৰমৰ সমাজ দেশ ৰাজ্যখন। জতিল সময় মন মগজু আজি লোভ মোহ মানুহৰ মাজত লোভগামীতা।ভাৱ ভংগী নিকৃষ্ট মানৰ স্বাৰ্থপৰ। ভাবিবলৈ সময়কণ নাই ভুল শুধৰনি কৰা মানুহৰ অভাৱ। প্রতিযোগিতা আজি পাৰদর্শিতাৰ নহয় হত্যা হিংসাৰহে। জটিল ক্ষনত আমিবোৰ এয়া আমাৰ ভৱিষ্যত দিনৰ অকনি সংকেত পৰিস্থিতি অতি জটিল বিভীষিকাৰ মাজত আমি জীৱন নিৰ্বাহ কৰিছো,দিন দুপৰতে লোমহৰ্ষক ঘটনাৰ দৰে অপৰাধ সংঘটিত হোৱা দেখিছোঁ। দুখ লাগে আমি মানৱ জাতি ইমান নিষ্ঠুৰ নে? প্রশ্ন হয় নিজকে বুকুখন সুন্ধা মৰি ধৰে। কেনেকৈ মাৰিম বুলিয়ে মাৰিব পাৰে। নিয়ন্ত্ৰণ কৰাৰ শক্তি হেৰুৱাই এটা জীৱন কাঢ়ে কেনেকৈ সুখ অনুভৱ কৰে।
শিক্ষাৰ অভাৱ নহয় জানো এই মানুহৰ বৰ্তমান সান্তনা সুস্থিৰ কৰিবলৈ সাধনা জ্ঞানৰ অতিকৈ প্ৰয়োজন অপৰিসীম ধৈৰ্য্য সাহসৰ প্ৰয়োজন ।
নজৰুল ইছলাম, টংলা ওদালগুৰি
Comments
Post a Comment