সৰগৰ বেলকনি (৫)

ৰঙালী ৰ উম্মাদনা


আকৌ আহি পালেহি
হেঁপাহৰ ৰঙালী, 
চৌদিশে বসন্তৰ উন্মাদনা 
কুঁহি পাতৰ আৰত
কুলি - কেতেকী বিননী ।।          
ঢোলৰ গুমগুমনি
পেঁপাৰ টিহিতে মাত, 
ছেৱে ছেৱে ৰাংঢালী 
নাচনিৰ কি যে নাচ !
মুখৰিত হ'ল আজি
অসমৰ আকাশ বতাহ।। 
তাতঁ শালৰ শিপিনী গামোচাত
সমনীয়াহঁতৰ হুঁচৰি পৰসত 
বিহুৰ কৰ্মশালা ৰে 
বাপতিসাহোন ৰঙালীক আদৰিবলৈ 
দেহ মন সাত আঠখন হ'ল।।  
উজনি পৰা নামনিৰ সকলোৰে অসমীয়া ।। 


নৱজিৎ নাথ, দৰং

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়