সৰগৰ বেলকনি (৫) Get link Facebook X Pinterest Email Other Apps April 11, 2022 এটি স্তৱক তোমাৰ হৃদয়ৰ উমেৰেমোৰ জুহালত জুই জ্বলেকাষত তুমি থাকিলে মোৰ মন আকাশত ফাগুন উৰে... ★★★ পপী চহৰীয়া দৰং,মঙলদৈ Get link Facebook X Pinterest Email Other Apps Comments
সৰগৰ বেলকনি (২) January 30, 2022 মই মই নিজকে প্ৰতিপন্ন কৰিবলৈ, কাৰো Attention বিচৰা নাই ৷ মই ধুনীয়া সাজপাৰ পিন্ধিও নিজকে প্ৰতিপন্ন কৰিব বিচৰা নাই ৷ মই মোৰ দৰে হৈ থাকিব বিচাৰো, কাৰোবাৰ মতে মই মোক সলনিও কৰিব নোৱাৰোঁ যে ৷ মই মোৰ সাম্ৰাজ্যৰ অঘোষিত ৰজা ৷ কোনোবাই চিনি নাপালেও মোক মোৰ কোনো আপত্তি নাই ৷ মই ময়েই থাকিম ! কোনোৱা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীও হ’ব পাৰে ৷ তথাপিও মোৰ একোৱেই লাভ -লোকচানৰ কথাই নাহে ৷ কাৰণ মোৰ ৰাজ্যৰ সৰ্বসেৰ্বা ময়েই ! মই কাকো ৰাজত্ব কৰিব বিচৰা নাই ৷ কিন্তু মোৰ ৰাজ্যৰ ৰাজত্বও মই আন কাকো কৰিব দিব বিচৰা নাই ৷৷৷ ছাইফুদ্দিন আহমেদ Read more
Baby Doll July 04, 2025 Baby Doll ছাইফুদ্দিন আহমেদ সুগন্ধি পখিলা তুমি৷ আজি এবাৰ মাথোঁ তোমাক কাষৰ পৰা চাব পৰা হ’লে কিমান যে মৰমৰ সুগন্ধিত কলিজাত ভৰাই ল’লো হয়৷ তুমি চাগে অনুভৱ কৰিব পাৰিছা প্ৰকৃতিয়েও আজি নিশ্চয় তোমাৰ প্ৰেমত পৰিছে৷ ভালপাওঁ বুলি কলেই ভালপোৱা নহয় বন্ধু তুমি মোৰ ভালপোৱাতকৈ আৰু বহু৷ তুমি হে দিব নিবিচৰা মইতো ল’বলৈ সদা প্ৰস্তুত সকলো পৰিস্থিতিত তোমাৰ পৰিপক্বতাৰ দায়িত্ব৷ তাং- ০৪/০৭/২০২৫ Read more
প্ৰেমৰ অভিনয় May 14, 2025 প্ৰেমৰ অভিনয় ---------------------- ছাইফুদ্দিন আহমেদ নিৰিবিলি জোনাকৰ চহৰত হৃদয়ভঙা প্ৰেমিকে প্ৰথমে টকাৰ জোখাৰে প্ৰেমৰ অভিনয় আৰু আৱেগে ওপচাই ওঠ দুটি অবাধ্য তন্ময় ভাৱনাত অমাৱস্যাৰ নিঃশব্দ নিশা শান্তিৰ ধ্বনি বুকুত দুবাহুত সুখৰ ঘাম ৷ কাইলৈ পোৱা সকলো চিন্তা! এতিয়া মাথোঁ ৰাতিটো উপভোগ কৰা৷ তাং- ১৪/০৫/২০২৫ Read more
Comments
Post a Comment