সৰগৰ বেলকনি (৮)

স্তৱক
শব্দবোৰ বিনাই ফুুুুৰিছে
এবুকু পথাৰ খনত ৷
বানৰ কোবাল সোঁতত
উটি ভাহি যায়
সুখৰ নিবাস
ৰং চংঙীয়া
হাঁহিবোৰ ৷
বাৰে বাৰে
ছিঙি যায়
সপোনৰ ঘৰবোৰ ৷
সেউজীয়া বোৰ
ধুসৰ হৈ পৰে
যেনিয়ে তেনিয়ে ৷
সময় যে দুসময় ৷


হেমপ্ৰভা বৰা শইকীয়া

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়