NGO গঠন
NGO গঠন
আজি আমাৰ বৃহত্তৰ বৰছলা অঞ্চলৰ কেইবাখনো গাঁৱৰ গণ্যমান্য ব্যক্তি সকলোৱে মিলি
গণতন্ত্ৰ দিৱস উৎয্যাপন কৰাৰ পিছত এক প্ৰীতিভোজৰ আয়োজনৰে Orang National Park ৰ পাঁচনৈ নদীৰ পাৰত বহী এক নতুন সৃষ্টিৰ আলোচনাত সন্মিলিত হওঁ ৷ সদৌ শেষত সৰ্বসন্মতি ক্ৰমে এই অঞ্চলৰ দুখ দুৰ্দশা লাঘৱ কৰাৰ প্ৰয়াসেৰে নতুন প্ৰচেষ্টা এটা আৰম্ভ কৰা হয় ৷ আমাৰ এই মহৎ উদ্দেশ্য সফল কৰাৰ ক্ষেত্ৰত আপোনালোক সকলোৰে দুৱা- আশীৰ্বাদৰ লগতে সহায় সহযোগিতা আমি কামনা কৰোঁ৷
ইতি
ছাইফুদ্দিন আহমেদ
তাং- ২৬/০১"২০২৫
Comments
Post a Comment