বিশ্বাস ৰাখা

বিশ্বাস ৰাখা
           ছাইফুদ্দিন আহমেদ



বন্ধু তুমি positive থাকা৷
মোৰ প্ৰতি অকমান
বিশ্বাস ৰাখা৷
তুমি কেতিয়াও 
নুশুনা,
মই তোমাক 
ভালপাওঁ বুলি!
তুমি মোৰ প্ৰিয়তমা
নাছিলা কেতিয়াও
আৰু নোহোৱাও
যে কেতিয়াও!
তোমাৰ 
মন মগজুৱে
মোক 
কাষত বিচাৰিলে!
কাষত মোক পাবা 
তথাপিও সদায়ে 
তোমাৰে একমাত্ৰ 
বিশ্বাসযোগ্য 
বন্ধু হিচাপে৷
মই তোমাক মোৰ 
প্ৰকৃত বন্ধু বুলি 
ভাবোঁ যে৷
যৌৱন নাথাকে সদায়ে
সেইবুলিয়েই
যৌৱনত বহুতে
বহুত কিবা বিচাৰে৷
কিন্তু বন্ধু 
মই নিবিচাৰোঁ
একোৱেই যে 
তোমাৰ পৰা 
বন্ধুত্বৰ বাহিৰে৷
কাৰণ তুমি মোৰ 
হৃদয়ত ক্ষুধিত
সচা অৰ্থত 
মই ভবা 
চিৰদিনৰ বন্ধু যে৷


তাং- ০১/০৬/২০২৫
ফোন নং- ৬০০১৩৯৪১৫৪

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়