আসক্তি

আসক্তি
           ছাইফুদ্দিন আহমেদ

মই চাগে বহুত 
কথা কওঁ ন!
বিৰক্তি নোপোৱাতো 
তুমি চাগে!
তুমি নাজানা 
বন্ধু
অনন্য অনুভৱ
মোৰ তুমি,
তুমি আসক্তি
প্ৰেমৰ 
নহয় অ!
অকলশৰীয়া সময়ৰ৷
তুমি মোক দিয়া
সময়বোৰ
মই পাহৰিব নোৱাৰিম৷
বন্ধু হিচাপে মই 
তোমাক
চিৰদিন মনত ৰাখিম৷
কৃতজ্ঞতা 
মই যে তোমাৰ
কিদৰে ব্যক্ত কৰিম...!


তাং- ০২/০৬/২০২৫

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়